কৃষক নেতা ধৈৰ্য কোৱৰক গ্ৰেপ্তাৰ।চানমাৰিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে।আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে। কেবৰ বিৰুদ্ধে বিগত কিছুদিন ধৰি প্ৰতিবাদ কৰি আহিছিল নেতাগৰাকীয়ে।