- পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালক।
- সোমবাৰে ২ কৃষক মুক্তি-ছাত্ৰ মুক্তিৰ নেতাক NIAৰ আদালতত হাজিৰ কৰোৱা হৈছিল।
- ১৪ দিনৰ অন্তত NIAৰ আদালতত হাজিৰ কৰোৱা হৈছিল।
- কৃষক মুক্তিৰ নেতা ধৈৰ্য্য কোঁৱৰ আৰু ছাত্র মুক্তিৰ নেতা বিতু সোণোৱালক তাৰ পিছতে প্ৰেৰণ কৰা হয় ন্যায়িক জিম্মালৈ।
- সোমবাৰে দিনৰ ১১.৩০ বজাত দুই নেতাক NIAৰ আদালতত হাজিৰ কৰা হয়।