অসম

শিৱসাগৰৰ বকতাত নিশা ভয়ংকৰ অগ্নিকাণ্ড

Asomiya Pratidin
  • শিৱসাগৰৰ বকতাত নিশা ভয়ংকৰ অগ্নিকাণ্ড

  • বকতাৰ চানবছা অঞ্চলত দপদপকৈ জ্বলি উঠে এটা বাসগৃহ

  • জিতেন কৰ্মকাৰ নামৰ লোকজনৰ বাসগৃহ সম্পূৰ্ণ ভস্মীভূত

  • পত্নী আৰু দুই সন্তান শুই থাকোতেই জ্বলি উঠে বাসগৃহটো

  • দৈৱক্রমে ৰক্ষা পৰে পৰিয়ালটো

  • বিদ্যুৎ বিজুতিৰ বাবেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ