অসম

যোৰাবাটৰ ন মাইলত বিধ্বংসী অগ্নিকাণ্ড

Asomiya Pratidin
  • যোৰাবাটৰ ন মাইলত বিধ্বংসী অগ্নিকাণ্ড

  • অগ্নিকাণ্ডত ভস্মীভূত প্রায় ২০খনকৈ দোকান

  • ৪ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰদ্বাৰা জুই নিৰ্বাপণ

  • বৰ্তমানলৈ জানিব পৰা নাই অগ্নিকাণ্ডৰ কাৰণ

  • জুইত জাহ লক্ষাধিক টকাৰ সা-সম্পত্তি