অসম

দেৰগাঁৱত আছাম অইলৰ পেট্ৰ’ল ডিপোত আক্ৰমণ দুৰ্বৃত্তৰ

asomiyapratidin
  • সোমবাৰে নিশা দেৰগাঁৱৰ আছাম অইলৰ পেট্ৰ'ল ডিপোত আক্ৰমণ দুৰ্বৃত্তৰ।
  • পিষ্টল দেখুৱাই ধন দাবী ২ দুৰ্বৃত্তৰ।
  • বাইকত অহা দুৰ্বৃত্তই ধন নাপায় আক্ৰমণ কৰে কৰ্মচাৰীক।
  • কৰ্মচাৰীক লপা-থপা দুৰ্বৃত্তৰ।
  • ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে খালী কাৰ্টিজ।
  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে অনুসন্ধান।