অসম

দেৰগাঁৱত ভদীয়া বানৰ সংহাৰী ৰূপ…

asomiyapratidin
  • দেৰগাৱঁত ভদীয়া বানৰ সংহাৰী ৰূপ।
  • নিশাৰ ভিতৰতে শান্ত-সমাহিত ব্ৰহ্মপুত্ৰই ধাৰণ কৰিছে কালৰূপ।
  • দেৰগাঁৱৰ উপকণ্ঠ প্ৰায় ১০ খন গাওঁ জলমগ্ন।
  • জলমগ্ন হৈছে এবানি, জৰিগুৰি, ডুবি গাওঁ , চৰাই চাপৰি, শগুনপাৰাকে আদি।
  • গাওঁকেইখন জলমগ্ন হোৱাৰ ফলত বহু পৰিয়ালৰ বাসগৃহ বৰ্তমান পানীৰ তলত।
  • বানৰ ফলত বিপদ নামি আহিছে পশুধনৰ মাজলৈয়ো।