দেৰগাঁৱত নিশা বাইক আৰু বাহনৰ সংঘৰ্ষ।দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই দুজন যুৱকে।দুৰ্ঘটনাত নিহত দুজন ক্ৰমে অবিনাশ দাস আৰু ভৃগুমণি দাস।ইফালে দুৰ্ঘটনাত অংকুৰ দাস নামৰ এজন যুৱক গুৰুতৰভাৱে আহত।আহত যুৱকজনক ভৰ্তি কৰা হয় চিকিৎসালয়ত।