কামপুৰৰ বাৰেগোগাত ৰহস্যজনক ভাবে যুৱকৰ মৃতদেহ উদ্ধাৰ।কামপুৰ আদৰ্শ গাঁৱৰ ৰেল লাইনত উদ্ধাৰ মৃতদেহটো।ঘটনাস্থলীত ৰেল আৰক্ষী উপস্থিত।হত্যা নে আত্মহত্যা সেয়া ৰহস্য।যুৱকজন নিজ নাৰিকলৰ কমল নাথ।ঘটনাক কেন্দ্ৰ সৃষ্টি হৈছে চাঞ্চল্যৰ।