অসম

লংকাৰ ৰে’ল পথত অচিনাক্ত মৃতদেহ উদ্ধাৰ

Asomiya Pratidin
  • লংকাৰ ৰে’ল পথত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য।

  • ৰে’ল পথত মূৰ কটা অৱস্থাত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ।

  • ৰে’ল ষ্টেচনৰ সমীপৰ ৪নং ৱাৰ্ডৰ গোবিন্দনগৰত এই ঘটনা।

  • মৃত যুৱকজনক বৰ্তমানেও চিনাক্ত কৰিব পৰা হোৱা নাই।

  • অসাৱধানবশতঃ ৰে’লৰ পৰা পৰি মৃত্যু হোৱাৰ সন্দেহ।

  • নামনিমুৱা জনশতাব্দী এক্সপ্রেছৰ পৰা পৰাৰ সন্দেহ।