অসম

মহানগৰীৰ খাৰঘূলিত কিশোৰীৰ মৃতদেহ উদ্ধাৰ

asomiyapratidin
  • মহানগৰীৰ খাৰঘূলিত কিশোৰীৰ মৃতদেহ উদ্ধাৰ।
  • জয়পুৰত উদ্ধাৰ হৈছে কিশোৰীগৰাকীৰ মৃতদেহ।
  • কোনো লোকে হত্যা কৰি লুইতত পেলাই দিয়াৰ অভিযোগ পৰিয়ালৰ।
  • ঘটনাস্থলীৰ সমীপতে ড্ৰাগছ আৰু যুৱকৰ কাপোৰ উদ্ধাৰক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ৰহস্যৰ।
  • লুইতৰ পানীত উপঙি থকা অৱস্থাত মতদেহটো দেখে একাংশ ৰাইজে।
  • ১৬ এপ্ৰিলৰ পৰা সন্ধানহীন হৈ আছিল কিশোৰীগৰাকী।