অসম

বোকাখাত শ‍ান্তিঘাট শ্মাশানত নৱজাতকৰ মৃতদেহ উদ্ধাৰ...

Asomiya Pratidin
  • বোকাখাত শ‍‍ান্তিঘাট শ্মশানত নৱজাতকৰ মৃতদেহ উদ্ধাৰ।

  • স্থানীয় এজন লোকে মৃতদেহটো হাবিৰ মাজত পলিথিনেৰে মেৰিয়াই থোৱা অৱস্থাত প্ৰত্যক্ষ কৰি অৱগত কৰে বোকাখাত আৰক্ষীক।

  • বোকাখাত আৰক্ষীয়ে সোমবাৰে উদ্ধাৰ কৰে মৃতদেহটো।

  • অবৈধ গৰ্ভপাত বুলি সন্দেহ কৰা হৈছে নৱজাতকৰ মৃতদেহটো।

  • উল্লেখ্য যে বোকাখাত কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ একাংশ নাৰ্চ আৰু চিকিৎসকে ধনৰ বিনিময়ত এনে অবৈধ গৰ্ভপাতক প্ৰশ্ৰয় দি অহাৰ অভিযোগ সময়ে সময়ে উঠি আহিছে।