গুৱাহাটীৰ পানীখাইতিত চাঞ্চল্যকৰ ঘটনা।
পানীখাইতিস্থিত এখন ব্যক্তিগত হোষ্টেলত ছাত্রৰ মৃতদেহ উদ্ধাৰ।
চিপ লৈ থকা অৱস্থাত উদ্ধাৰ ছাত্রজনৰ মৃতদেহ।
ছাত্রজন ডাউন টাউন বিশ্ববিদ্যালয় BBA তৃতীয় বৰ্ষৰ।
ছাত্রজন পঞ্চম ষান্মসিকৰ ছাত্র কাঠৰ জামাতিয়া বুলি চিনাক্ত।
কাঠৰ জামাতিয়াৰ ঘৰ ত্রিপুৰাত।
ঘটনাস্থলীত পানীখাইতি আৰক্ষীসহ উপস্থিত দণ্ডাধীশ।