অসম

মেঘালয়ৰ পৰা মৃতদেহ আনি পুতি থ'লে অসমত...

Asomiya Pratidin

পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলত চাঞ্চল্য।

মেঘালয়ৰ পৰা মৃতদেহ আনি পুতি থ’লে অসমত।

শনিবাৰে মেঘালয় আৰক্ষীয়ে পুতি গৈছিল এটা ৰহস্যজনক মৃতদেহ।

পশ্চিম কাৰ্বি আংলঙৰ লাংহেম্ফি তাড’লাংছ’ গাঁৱত এই ঘটনা।

ঘটনা সন্দৰ্ভত পশ্চিম কাৰ্বি আংলঙৰ আৰক্ষীক অৱগত।

মৃতদেহটো উঠাই নিয়াৰ দাবী গাঁৱবাসীৰ।