অসম

উৱলি যোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ...

Asomiya Pratidin
  • অসম-অৰুণাচল সীমান্তৰ ৰুকচিন নদীত মৃতদেহ উদ্ধাৰ।

  • উৱলি যোৱা অৱস্থাত উদ্ধাৰ মৃতদেহটো।

  • মৃতদেহটো পানীত ওপঙি থকা অৱস্থাত প্রত্যক্ষ কৰে স্থানীয় ৰাইজে।

  • বৰ্তমানলৈ জানিব পৰা নাই মৃতদেহৰ পৰিচয়।

  • ঘটনাস্থলীত উপস্থিত ৰুকচিন আৰক্ষী.।