অসম

মুছলপুৰত ভাৰতীয় খাদ্য নিগমৰ ধান ক্ৰয় কেন্দ্ৰ উদ্বোধন…

asomiyapratidin

ডিজিটেল সংবাদ বাক্সাঃ বাক্সাৰ মুছলপুৰত শুকুৰবাৰে এটা ধান ক্ৰয় কেন্দ্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। ভাৰতীয় খাদ্য নিগমৰ ধান ক্ৰয়ৰ এই কেন্দ্ৰ বাক্সা উদ্বোধ কৰে বিটিচিৰ পশুপালন আৰু মীন বিভাগৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই। এই ঘান ক্ৰয় কেন্দ্ৰ উদ্বোধন কৰি ৰাকেশ ব্ৰহ্মই কয় যে, কৃষক সকলে নিজে কষ্ট কৰি যাতে উচিত মূল্য পায় তাৰ কাৰণে ধান ক্ৰয় কন্দ্ৰটোৱে সকাহ পাব।