মঙলদৈত বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকৰ কেমেৰা কাঢ়িলে দুৰ্বৃত্তই...
মঙলদৈত বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকৰ কেমেৰা কাঢ়িলে দুৰ্বৃত্তই...  
দৰং

মঙলদৈত বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকৰ কেমেৰা কাঢ়িলে দুৰ্বৃত্তই...

Asomiya Pratidin
  • মঙলদৈত দুৰ্বৃত্তই কাঢ়িনিলে সাংবাদিকৰ কেমেৰা।

  • মঙলদৈৰ প্রীতিনগৰত সংঘটিত হৈছে এই ঘটনা।

  • দুই পক্ষৰ ভূমিকেন্দ্রিক সংঘাতৰ বাতৰি সংগ্রহৰ বাবে গৈছিল সাংবাদিক।

  • ভূমিকেন্দ্রিক সংঘাতত আহত হৈছে দুগৰাকী লোক।

  • ঘটনা সন্দৰ্ভত মঙলদৈ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল।

  • ঘটনাক কেন্দ্ৰ কৰি চেপা উত্তেজনা।