অসম

দৰঙত চোৰৰ লুটপাত

asomiyapratidin
  • খাৰুপেটীয়া নগৰত শুকুৰবাৰে নিশা চোৰৰ লুটপাত।
  • নেতাজী নগৰৰ এটা বাসগৃহত চোৰৰ লুটপাত।
  • ঘৰটোৰ তলা ভাঙি চোৰে লুটি নিলে নগদ ধন, অলংকাৰৰ লগতে বহু সা-সামগ্ৰী।
  • ঘৰত কোনো নথকাৰ সুযোগ লৈ চুৰিকাণ্ড সংঘটিত কৰিলে চোৰে।
  • আৰক্ষীৰ অব্যাহত ৰাখিছে তদন্ত।