ROAD ACCIDENT
ROAD ACCIDENT  
অসম

দৰঙৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ'ল ৩ যুৱকৰ

Asomiya Pratidin
  • দৰঙৰ নামখলাত পথ দুৰ্ঘটনাত মৃত্যু ৩ যুৱকৰ।

  • নিয়ন্ত্রণ হেৰুৱাই পথৰ কাষৰ বিদ্যুতৰ খুঁটাত খুন্দা বাইকৰ।

  • একেখন বাইকতে আছিল তিনিজন যুৱক।

  • নিহতদ্বয় মৃণাল ডেকা, মৃদুল দাস, প্রশান্ত হাজৰিকা।

  • নিহত তিনিওগৰাকীৰে ঘৰ গোমোঠা গাঁৱত।