road accident
road accident road accident
অসম

তীব্রবেগী বাহনে খুন্দা মাৰিলে দোকানত, আহত চালকসহ আন এজন

Asomiya Pratidin
  • দৰঙৰ দলগাঁৱৰ চকৰাগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • শুকুৰবাৰে সংঘটিত হৈছে এই পথ দুৰ্ঘটনা।

  • তীব্রবেগী বলেৰ’ পিকআপ ভানে মহটিয়ালে গেলামালৰ দোকান।

  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত বাহনখনৰ চালক ভৃগু ডেকা।

  • আহত দোকানখনৰ মালিক দিলদাৰ হকো।

  • ঘটনাস্থলীত উপস্থিত আৰক্ষী।