- দৰঙৰ ঐতিহাসিক খটৰা সত্ৰৰ পাচেতি মহোৎসৱ এইবাৰ অনুষ্টুপিয়াকৈ উদযাপিত হ'ব।
- কোভিড মহামাৰীৰ বাবে এই সিদ্ধান্ত খটৰা সত্ৰ পৰিচালনা সমিতিৰ।
- দুদিনীয়াকৈ উদযাপন কৰা হ'ব পাচেতি মহোৎসৱ।
- কেৱলমাত্ৰ ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হৱ মহোৎসৱটি, নাথাকে কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান, মেলা।
- ১৬চেপ্তেম্বৰৰ সন্ধিয়া আৰম্ভ হৈ ১৭চেপ্তেম্বৰৰ সন্ধিয়া সামৰণি পৰিব মহোৎসৱটি।