অসম

দৰঙৰ ছিপাঝাৰত বিধ্বংসী অগ্নিকাণ্ড…

asomiyapratidin
  • দৰঙৰ ছিপাঝাৰৰ শিঙিমাৰীত বিধ্বংসী অগ্নিকাণ্ড।
  • চোৰাং ডিজেল পেট্ৰলৰ গুডামত শ্বৰ্ট চাৰ্কিটৰ ফলত লাগিল জুই।
  • নিমিষতে জুইয়ে আগুৰি ধৰে এটা অট্টালিকা।
  • সম্পূৰ্ণ জুইত জাহ যায় দুটা মহলাৰ অট্টালিকাটো।