New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/student-ab18782e-53ae-4ae7-bfc2-11264c39a040.jpg)
- দৰঙৰ দলগাঁৱত সংঘটিত হৈছে এক কৰুণ ঘঠনা।
- দলগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত এগৰাকী ছাত্ৰীক ছুৰিকাঘাত।
- চিকিৎসালয়ত মৃত্যুৰ মুখত পৰিছে এই ছাত্ৰীগৰাকী।
- দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণি সভাৰ পৰা উভতি আহিছিল ছাত্ৰীগৰাকী।
- চিকিৎসালয়লৈ নিয়া পাছত চিকিৎসকে মৃত্যু ঘোষণা কৰে ছাত্ৰীগৰাকীক।
- এই সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।
- কি কাৰণত দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীৰ সৈতে এই পৰিস্থিতি হ'ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
- ছুৰিৰে আঘাত হনা ছাত্ৰীগৰাকী পথৰ কাষত মৃত্যুৰ সৈতে যুঁজি আছিল।
- ছাত্ৰীগৰাকীৰ নাম মণিমালা ভৌমিক।