অসম

দক্ষিণ শালমাৰাত আৰক্ষীৰ জালত ২ গৰু সৰবৰাহকাৰী…

asomiyapratidin
  • দক্ষিণ শালমাৰাৰ সুখচৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই গৰু সৰবৰাহকাৰীক।
  • গৰু সৰবৰাহকাৰী ২ দুজন হৈছে খালেক শেখ আৰু ময়নাল হক
  • সৰবৰাহকাৰী দুজনে বাংলাদেশলৈ জলপথেৰে গৰু নিয়াৰ চেষ্টা চলাইছিল বুলি জানিবলৈ দিছে।
  • সৰবৰাহকাৰী দুজন লগতে জব্দ কৰা হয় ৯ টা গৰু।