অসম

ৰূপহীহাটত আৰক্ষীৰ জালত কুখ্যাত ডকাইত

Asomiya Pratidin
  • ৰূপহীহাটত আৰক্ষীৰ জালত কুখ্যাত ডকাইত।

  • ডকাইতটোৰ পৰা জব্দ এটা পিষ্টলসহ ৪ জাঁই সক্রিয় গুলী।

  • ধৃত ডকাইতটোৰ নাম ইন্তাজ আলী।

  • চাইদৰিয়া বজাৰৰ এখন হোটেলৰ পৰা আটক ডকাইতটোক।

  • নগাঁৱৰ পৰা ৰূপহীলৈ ডকাইতি কৰিবলৈ আহি থকা সময়তে আটক।

  • সম্প্রতি ডকাইতটোক জেৰা অব্যাহত ৰূপহীহাট আৰক্ষীৰ।