মহানগৰীৰ চাইবাৰ ক্ৰাইমঃ
মহানগৰীৰ চাইবাৰ ক্ৰাইমঃ  
অসম

বহিঃৰাজ্যৰ ৪ চাইবাৰ অপৰাধীক গ্রেপ্তাৰ বশিষ্ঠ আৰক্ষী আৰু অপৰাধ শাখাৰ

Asomiya Pratidin
  • মহানগৰীত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান।

  • অভিযানত বহিঃৰাজ্যৰ ৪ চাইবাৰ অপৰাধীক গ্রেপ্তাৰ।

  • ভেটাপাৰাৰ এটা অতিথিশালাত অভিযান চলাই গ্রেপ্তাৰ।

  • গ্রেপ্তাৰ: দীপক সিং, ৰূপম গোস্বামী, ফিৰোজ খান, শ্লোক কুমাৰ।

  • অপৰাধীকেইটাৰ পৰা উদ্ধাৰ ১২টা ম’বাইল, এটা লেপটপ, বহু ATM কাৰ্ড।

  • বশিষ্ঠ আৰক্ষী আৰু অপৰাধ শাখাই চলাইছিল যুটীয়া অভিযান।