ৰাজ্যত বিগত ২৪ ঘণ্টাত নতুনকৈ কোভিডত আক্ৰান্ত হৈছে ২ জন ব্যক্তি।এই সময়ছোৱাত মুঠ ২,৩৫০ গৰাকী লোকৰ দেহত কোভিড পৰীক্ষা কৰা হৈছিল। সেই অনুসৰি কোভিড পজিটিভিটিৰ হাৰ ০.০৯ শতাংশ। গোলাঘাট আৰু কাৰ্বি আংলং জিলাত চিনাক্ত হৈছে কোভিড আক্ৰান্ত লোক ২ জন।