অসম

কভিডত আক্ৰান্ত হৈ আৰক্ষী বিষয়াৰ মৃত্যু…

asomiyapratidin
  • ৰাজ্যত পুনৰ কভিড সংক্ৰমণৰ ঘটনা।
  • কভিডত আক্ৰান্ত হৈ এজন আৰক্ষী বিষয়াৰ মৃত্যু।
  • মৃত্যু হোৱা আৰক্ষী বিষয়াজনৰ নাম মনোৰঞ্জন ফুকন।
  • ডিব্ৰুগড়ত চিকিৎসাধীন হৈ আছিল আৰক্ষী বিষয়াজন।
  • সোণাৰিত কৰ্মৰত হৈ আছিল আৰক্ষী বিষয়াজন।