ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ৩জন লোকে হেৰুৱালে প্ৰাণ।মৃত্যু হোৱা লোক কেইজন ক্ৰমে- মৰ্ণিং ফহলেং, লীলা প'ল আৰু হীৰামন ঠাকুৰ।ৰাজ্যত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১০১জনলৈ পাইছে বৃদ্ধি।