ৰাজ্যত আৰু এজন কোৰোনা আক্রান্তৰ মৃত্যু।কোকৰাঝাৰত মৃত্যু ক'ভিড আক্রান্ত তপন দাসৰ।মাজনিশা চিকিৎসালয়ত ভৰ্তি কৰাইছিল লোকজনক।দেওবাৰে পুৱা ৪ বজাত মৃত্যু তপন দাসৰ।কৰ্কট ৰোগত আক্রান্ত আছিল ৫৬ বৰ্ষীয়া ব্যক্তিজন।