অসম

১০ দিনৰ এন্টেজেন শ্বাৱ টেষ্টৰ আহিল ফলাফল, ডিব্ৰুগড়ৰ পৰা ধেমাজিলৈ ৪১২জন আক্ৰান্ত কোৰোনাত…

asomiyapratidin

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলা স্বাস্থ্য বিভাগে জিলাখনৰ কেইবা ঠাইটো কৰা প্ৰায় ১০ দিনৰ এন্টিজেন শ্বাৱ টেষ্টৰ ৪১২ গৰাকী পজিটিভ হোৱা বুলি ডিব্ৰুগড়ৰ জিলাৰ পৰা ধেমাজিলৈ বৃহস্পতিবাৰে প্ৰেৰণ কৰিছে ৷

বৃহস্পতিবাৰে জিলা স্বাস্থ্য বিভাগে পোৱা ৰিৰ্পটৰ ৪১২ জনৰ সৈতে জিলাখনৰ কোভিড পজিটিভৰ সংখ্যা ২৬৩৮ জনলৈ বৃদ্ধি পালে ৷ এতিয়ালৈকে ১৭০৮ গৰাকী লোকে সুস্থ হোৱা লগতে বৰ্তমানেও জিলা খনত ৯৩০ গৰাকী লোকে কোভিড পজিটিভ ৰোগত চিকিৎসাধীন হৈ আছে৷