ৰাজ্যত মঙলবাৰে কোৰোনাত আক্ৰান্ত দুজনৰ মৃত্যু।মৃত্যু হোৱা লোক দুজন ক্ৰমে কামৰূপ মহানগৰৰ দুলুৰাণী সৰকাৰ আৰু হেমন্ত বুঢ়াগোঁহাই।দুয়োকে জিএমচিএইচত ভৰ্তি কৰা হৈছিল।ৰাজ্যত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৮৮জনলৈ পাইছে বৃদ্ধি।