অসম

কটন কলেজৰ ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক বসন্ত বৰুৱাৰ দেহাৱসান

asomiyapratidin

ডিজিটেল ডেস্কঃ কটন কলেজৰ ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক চেণীকুঠী নিবাসী বসন্ত বৰুৱাৰ বুধবাৰে পুৱা পৰলোকপ্ৰাপ্তি ঘটে। পুৱা ১১.৩০বজাত সুন্দৰপুৰ নিবাসী তেখেতৰ বৰজীয়ৰীৰ ঘৰত মৃত্যু হোৱাৰ পিছতে অজস্ৰ গুণমূগ্ধই ভিৰ কৰে তেখেতক অন্তিম শ্ৰদ্ধা জনাবৰ বাবে।

মৃত্যুৰ সময়ত তেখেতৰ বয়স ৯২ বছৰ আছিল। তেখেতে পত্নি, দুগৰাকীকৈ জী-জোৱাই, নাতীনী, বন্ধু-বান্ধৱসহ বহু গুণমুগ্ধক এৰি থৈ যায়।