অসম

ৰাজ্যত আকৌ ৪৪৮৯ জন কোভিড পজিটিভ, ২৯ জনে হেৰুৱালে প্ৰাণ…

asomiyapratidin
  • অসমত নতুনকৈ ৪৪৮৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • ৰাজ্যত সোমবাৰৰ দিনটোত ৫৫৯৩৯জন লোকক কোভিড টেষ্ট কৰা হয়।
  • ইয়াৰে ভিতৰত এই লোক কেইজন অৰ্থাৎ ৪৪৮৯জনৰ দেহত কোৰোনাৰ উপস্থিতি ধৰা পৰে।
  • ইফালে, ৰাজ্যত আজিৰ দিনটোত কোৰোনাত আক্ৰান্ত ২৯জনৰ মৃত্যু।
  • ৰাজ্যত বৰ্তমান আৰোগ্য হোৱা লোকৰ হাৰ ৮৮.৯১ শতাংশ।