- ৰাজ্যত আকৌ ৩১৮জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ।
- অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০০৭০৯জনলৈ বৃদ্ধি পাইছে।
- ইফালে, দেওবাৰে সুস্ত হৈছে ৫৯৯জন লোক।
- ৰাজ্যত এতিয়ালৈকে সুস্থ হোৱা লোকৰ সংখ্যা ১৭১৬৮০জন।
- আনহাতে, চিকিৎসাধীন হৈ আছে ২৮১৫৮জন ৰোগী।
- উল্লেখ্য যে, দেওবাৰে কোৰোনাত আক্ৰান্ত ৩জনে প্ৰাণ হেৰুওৱাৰ পাছত মৃত্যু হোৱা লোকৰ সংখ্যা ৮৬৯জনলৈ পাইছে বৃদ্ধই।