অসমত আকৌ ১৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৬৯৭৬জনলৈ পাইছে বৃদ্ধি।ইফালে, ৰাজ্যত এতিয়ালৈকে সুস্থ হৈছে ২১৩৪৯২জন লোক।আনহাতে, মৃত্যু হাছে ১০৭৭জন লোক।