অসম

পুনৰ ২ জন লোকৰ দেহত ধৰা পৰিছে কোৰোনা…

asomiyapratidin
  • ৰাজ্যত পুনৰ ২ জন লোক কোভিডত আক্ৰান্ত হৈছে।
  • যোৱা ২৪ ঘণ্টাত কামৰূপ মহানগৰ আৰু শোণিতপুৰ জিলাত ১ জনকৈ লোক কোৰোনাত আক্ৰান্ত হৈছে।
  • এই সময়ছোৱাত মুঠ ১,৬১১ গৰাকী লোকৰ দেহত কোৰোনাৰ পৰীক্ষা কৰা হৈছিল।
  • সেই অনুসৰি কোভিড পজিটিভিটিৰ হাৰ ০.১২ শতাংশ।
  • বৰ্তমান ৰাজ্যত সক্ৰিয় হৈ থকা কোৰোনা আক্ৰান্তৰ সংখ্যা ১৮ গৰাকী।