অসম

ৰাজ্যত পুনৰ ১৫ জন নতুন কোৰোনা ৰোগী চিনাক্ত

asomiyapratidin
  • ৰাজ্যত পুনৰ ১৫ জন নতুন কোৰোনা ৰোগী চিনাক্ত।
  • ৭৯৮ লৈ বৃদ্ধি আক্ৰান্ত লোকৰ সংখ্যা।
  • স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই তথ্য সদৰি কৰিছে।
  • ইয়াৰে ১১ গৰাকী কামৰূপ (মঃ) জিলাৰ, ৩ জন ডিব্ৰুগড়ৰ আৰু এজন লখিমপুৰৰ।