ৰাজ্যত পুনৰ চিকিৎসকৰ দেহত কোৰোনাৰ অৱস্থিতি।কোৰোনাত আক্রান্ত BMCHৰ এজন চিকিৎসক।উল্লেখ্য যে, যোৱা শুকুৰবাৰে GMCHৰ ৩জন চিকিৎসকৰ দেহতো ধৰা পৰিছিল কোৰোনা।তাজ ভিভাণ্টাত কোৱাৰেণ্টাইনত আছিল GMCHৰ চিকিৎসককেইজন