অসম

ৰাজ্যত একেলগে ২৬জনৰ দেহত ধৰা পৰিল কোৰোনা, আক্ৰান্তৰ সংখ্যা ২৫৬লৈ বৃদ্ধি…

asomiyapratidin
  • অসমত পুনৰ একেলগে ২৬জন লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯।
  • আটাইকেইজন লোক সৰুসজাই কোৱাৰেন্টাইন চেন্টাৰৰ বুলি জানিব পৰা গৈছে।
  • ৰাজ্যত বৰ্তমানলৈ ২৫৬জনলৈ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোক সংখ্যা।
  • ইয়াৰে ৫৪জন লোক ইতিমধ্যে সুস্থ হৈ উঠিছে।
  • ইফালে, ১৯৫জন লোক বৰ্তমানেও চিকিৎসাধীন হৈ আছে।