এইবাৰ ওদালগুৰি সদৰ আৰক্ষী থানাৰ কনিষ্টবল আক্ৰান্ত হ'ল কোভিড-১৯ত।কনিষ্টবল জনৰ নাম মানস শৰ্মা।বিগত ২৪ তাৰিখে স্বাৱ প্ৰদান কৰিছিল কনিষ্টবলজনেআজি অহা ফলাফলত কোভিড-১৯ পজিটিভ আহে।ইতিমধ্যে বৃহস্পতিবাৰে পৰ্যন্ত কৰ্তব্যত নিয়োজিত আছিল কনিষ্টবলজন