- সোমবাৰে ৰাজ্যত কোৰোনাত আক্ৰান্ত ১৩জন লোকে হেৰুৱালে প্ৰাণ।
- মৃত্যু হোৱা লোক কেইজন ক্ৰমে- দীলিপ কুমাৰ বাৰুচ, নিলম্বৰ মিলি, প্ৰফুল্ল কোচ,
- ৰশ্মী হাতীকাকতি, বিনোদ ৰয়, কুমুদ চহৰীয়া, ৰবিন্দ্ৰ কুমাৰ দাস, ৰবিন সোণোৱাল,
- প্ৰিয়ংকা শইকীয়া, বিপুল চন্দ্ৰ দাস, হেমচন্দ্ৰ ডেকা, গোপাল শৰ্মা, বিমলেন্দু দত্ত।
- ৰাজ্যত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৪৮২জনলৈ পাইছে বৃদ্ধি।