কংগ্ৰেছৰ তিনিজনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা।তিতাবৰৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ভাস্কৰজ্যোতি বৰুৱাক।নাওবৈচনাত ভৰত চন্দ্ৰ নৰহক দিয়া হৈছে প্ৰাৰ্থিত্ব।ঢকুৱাখানা (এছটি)ত পদ্ম লোচন দ'লেক প্ৰদান কৰা হৈছে প্ৰাৰ্থিত্ব।