অসম

কোৱাৰেন্টাইনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা…

asomiyapratidin
  • কোৱাৰেন্টাইনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা।
  • মহানগৰীৰ ৰেডিচন ব্লু হোটেলত কোৱাৰেন্টাইনত থাকিব ৰিপুন বৰা।
  • তেওঁৰ লগতে আছে পত্নীও।
  • উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা দিল্লীৰ পৰা ৰাজধানী এক্সপ্ৰেছ ৰে'লযোগে অসমলৈ আহিছিল কংগ্ৰেছ নেতাগৰাকী।
  • তাৰ পাছতে সৰুসজাইলৈ গৈছিল তেওঁ।
  • তাতে কোৰোনা পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰা হয়।
  • নমুনা সংগ্ৰহ কৰাৰ পাছতে তেওঁক হোটেলত কোৱাৰেন্টাইন কৰা হয়।
  • উল্লেখ্য যে, লকডাউনৰ সময়ৰ পৰা ৫৪ দিলে দিল্লীত আছিল ৰিপুন বৰা।
  • সংসদৰ অধিৱেশন চলি থকাৰ বাবে তেওঁ দিল্লীত আছিল।