পুনৰ বৃদ্ধি ৰন্ধন গেছৰ মূল্য।বৃহস্পতিবাৰৰ পৰা বৃদ্ধি হ'ল ব্যৱসায়িক ৰন্ধন গেছৰ মূল্য।১৯ কিলো ব্যৱসায়িক চিলিণ্ডাৰৰ দাম বৃদ্ধি।প্ৰতিটো ব্যৱসায়ীক চিলিণ্ডাৰত ২৫০ টকাকৈ বৃদ্ধি হয় ।নতুন মূল্য হ'ব ২২৫৩ টকা।অৱশ্যে ঘৰুৱা চিলিণ্ডাৰৰ দাম বৃদ্ধি হোৱা নাই।