- কৰ্ণেল মনোৰঞ্জন গোস্বামীৰ দেহাৱসান।
- মুম্বাইত চিকিৎসাধীন হৈ আছিল কৰ্ণেল গোস্বামী।
- শুকুৰবাৰে পুৱতি নিশা ১২.৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।
- স্তম্ভ লিখক হিচাপে পৰিচিত আছিল কৰ্ণেল গোস্বামী।
- বিশিষ্ট সাংবাদিক অৰ্ণৱ গোস্বামীৰ পিতৃ আছিল কৰ্ণেল গোস্বামী।
- দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল তেওঁ।
- শনিবাৰৰ আবেলি গুৱাহাটীত সম্পন্ন হ'ব অন্ত্যেষ্টিক্ৰিয়া।
- ১৯৫৮চনত গুৱাহাটী লোকসভা সমষ্টিৰ পৰা বিজেপি দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল কৰ্ণেল গোস্বামীয়ে।
- কংগ্ৰেছৰ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাৰ হাতত পৰাস্ত হৈছিল তেওঁ।
- কৰ্ণেল গোস্বামীৰ মৃত্যুত বিভিন্নজনৰ শোক প্ৰকাশ।
- ভাৰতীয় সেনা বাহিনীত মনোৰঞ্জন গোস্বামীয়ে কৰ্ণেল পদবীত কাৰ্যনিৰ্বাহ কৰিছিল।