অসম

হোজাইৰ কাঁকীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

asomiyapratidin
  • হোজাইৰ কাঁকীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
  • নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে।
  • মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত হৈছে ৰে'ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁই, মন্ত্ৰী ছুম ৰংহাং আৰু বিধায়ক শিবু মিশ্ৰ।
  • দ্বিতীয় পৰ্যায়ৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীগৰাকীয়ে।