অসম

নিশা ভৰলু আৰক্ষী থানাৰ পৰা হেণ্ডকাফসহ পলায়ন চোৰৰ

Asomiya Pratidin
  • নিশা ভৰলু আৰক্ষী থানাৰ পৰা হেণ্ডকাফসহ পলায়ন চোৰৰ

  • আদালতত হাজিৰ কৰাই নিজৰ জিম্মাত লৈছিল ভৰলু আৰক্ষীয়ে

  • পলায়ন কৰা চোৰটোৰ নাম শিবু কুমাৰ

  • পলাতক শিবু এটা দুৰ্ধৰ্ষ দুচকীয়া বাহন চোৰ

  • গুৱাহাটীৰ বিভিন্ন প্রান্তত দুচকীয়া বাহন চুৰি কাৰ্যত জড়িত শিবু

  • শিবু কুমাৰক বিচাৰি ভৰলু আৰক্ষীৰ অভিযান অব্যাহত