city accident
city accident 
অসম

গুৱাহাটীৰ সাওকুছিত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা...

Asomiya Pratidin
  • গুৱাহাটীৰ সাওকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।

  • দুৰ্ঘটনাত পতিত চাৰিচকীয়া বাহন।

  • গুৰুতৰভাৱে আহত হৈছে তিনিগৰাকীকৈ লোক।

  • তিনিওগৰাকীকে চিকিৎসালয়লৈ প্রেৰণ কৰা হৈছে।

  • নিচাসক্ত হৈ বাহন চলোৱাৰ বাবে সংঘটিত হয় এই দুৰ্ঘটনা।

  • ফটাশীল আৰক্ষীয়ে আটক কৰে বাহনখনৰ চালকক।