অসম

কৰিমগঞ্জৰ ৰঙামাটিত জব্দ বুজন পৰিমাণৰ চিগাৰেট…

asomiyapratidin
  • কৰিমগঞ্জৰ ৰঙামাটিত জব্দ বুজন পৰিমাণৰ চিগাৰেট
  • মিজোৰামৰ পৰা ত্রিপুৰালৈ সৰবৰাহ কৰা এখন বাহনৰ পৰা জব্দ চিগাৰেটখিনি
  • জব্দ ৩৫০ পেকেট বাৰ্মিজ চিগাৰেট
  • জব্দকৃত চিগাৰেটখিনিৰ মূল্য প্রায় ১লক্ষাধিক টকা
  • পলাই যাবলৈ সক্ষম হয় বাহনখনৰ চালক
  • জব্দকৃত বাহনখনৰ নম্বৰ AS 01 A