জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুৰ তদন্তৰ ভাৰ চি আই ডিয়ে কৰিব।চিআইডিক তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ৷কি পৰিস্থিতিত সাংবাদিক গৰাকীয়ে মৃত্যুবৰণ কৰিলে এই সমগ্ৰ ঘটনাৰাজি চি আই ডিয়ে পুংখানুপুংখভাৱে তদন্ত কৰিব৷